মুখ্য-পৃষ্ঠা
এই বিধেয়কৰ বাবে কোনো ভাৰতীয় মুছলমান শংকিত হ’ব নালাগেঃ অমিত শ্বাহ…
- নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হ'ল ৰাজ্যসভাত।
- বিধেয়কখন উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়-
- বিধেয়ক সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা হৈছে।
- ভাৰতৰ মুছলমান সকল ভাৰতৰে নাগৰিক হয় আৰু হৈ থাকিব।
- এই বিলখন কেনেকৈ ভাৰতীয় মুছলমানৰ সৈতে জড়িত?
- এই বিধেয়কখনৰ পৰা ভাৰতৰ মুছলমান নাগৰিকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই।