নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা নহয় বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক!

নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা নহয় বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক!
  • নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা নহয় বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • ৰাজ্যসভাত ভোট গ্ৰহণৰ জৰিয়তে বিধেয়কখন নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা সন্দৰ্ভত লোৱা হয় সিদ্ধান্ত।
  • বিধেয়কখন নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে ভোটদান কৰে ১২৪ জন সদস্যই।
  • তাৰ বিপৰীতে প্ৰেৰণৰ সপক্ষত ভোট দিয়ে ৯৯ গৰাকী ৰাজ্যসভাৰ সদস্যই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in