Published on:
Updated on:
- দিল্লীৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি উত্তাল লোকসভা আৰু ৰাজ্যসভাৰ মজিয়া।
- বৃহস্পতিবাৰৰ পুৱা ১১ বজা লৈকে স্থগিত কৰা হৈছে ৰাজ্যসভাৰ কামকাজ।
- বুধবাৰে দুপৰীয়া ১২ বজা লৈকে স্থগিত কৰা হৈছে লোকসভা।
- ৰাজ্যসভা আৰু লোকসভাত বিৰোধী সাংসদ সকলে দিল্লীৰ হিংসাত্মক ঘটনাৰ প্ৰসংগত আলোচনাৰ দাবী কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
- তাৰ পিছতে স্থগিত ৰাখিবলগীয়া হয় সদনৰ কামকাজ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in