New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/2ce78e98-8238-4f7d-b8eb-d650a19f36d6.jpg)
- ছত্তীশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰত বিমান দুৰ্ঘটনা।
- ৰায়পুৰ বিমানবন্দৰত এখন চৰকাৰী হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে।
- দুৰ্ঘটনাটোৰ সময়ত হেলিকপ্টাৰত এজন পাইলট আৰু এজন সহপাইলট আছিল।
- দুয়োজনৰ মৃত্যু হৈছে।
- দুৰ্ঘটনাটো ৰায়পুৰৰ এছএছপি প্ৰশান্ত আগৰৱালে নিশ্চিত কৰিছিল।
- ৰায়পুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।
- বৃহস্পতিবাৰে নিশা প্ৰায় ৯:১০ বজাত ৰায়পুৰ বিমানবন্দৰৰ ৰানৱেৰ শেষত দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি কোৱা হয়।
- ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী, চিআইএছএফ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়।