New Update
/asomiyapratidin/media/media_files/2026/03/04/raijor-dolll-2026-03-04-15-46-48.jpg)
- ৰাইজৰ দলৰ ১১জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা
- পূৱ গোৱালপাৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আব্দুৰ ৰছিদ মণ্ডলে
- জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰমেন চন্দ্ৰ বৰঠাকুৰে
- মানস সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবঅঞ্জন তালুকদাৰে
- দলগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আজিজুৰ ৰহমানে
- ধিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মেহবুব মুকতাৰ
- তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অলক নাথে
- চিচিবৰ গাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দুলাল চন্দ্ৰ বৰুৱাই
- মাৰ্ঘেৰিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল চেত্ৰীয়ে
- ডিগবৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লক্ষ্যজ্যোতি গগৈ
- মৰিয়নী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ড০ জ্ঞানশ্ৰী বৰাই
- বোকাখাতত প্ৰতিদ্বন্দ্বিতা কৰিব সমষ্টি ৰতন দাওৱে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us