New Update
/asomiyapratidin/media/media_files/2025/10/17/ferfeer-2025-10-17-10-19-25.jpg)
- দুপৰীয়া ১ বজাত বৰঝাৰত উপস্থিত হ'ব ৰাহুল গান্ধী
- APCCৰ নেতৃত্বই বিমানবন্দৰত আদৰিব নেতাগৰাকীক
- বিমানবন্দৰৰ পৰা পোনে পোনে যাব সোণাপুৰলৈ
- ২ বজাত সোণাপুৰত উপস্থিত হ'ব ৰাহুল গান্ধী
- সোণাপুৰত জুবিনৰ সমাধিত জ্ঞাপন কৰিব শ্ৰদ্ধাঞ্জলি
- সোণাপুৰতে অনুৰাগীৰ সৈতে কিছুসময় কটাব নেতাগৰাকীয়ে
- বিয়লি সোণাপুৰৰ পৰা কাহিলীপাৰালৈ আহিব ৰাহুল গান্ধী
- কাহিলীপাৰাত গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালক কৰিব সাক্ষাত
- তাৰপৰাই বিমানবন্দৰলৈ ৰাওনা হ'ব কংগ্ৰেছ নেতাগৰাকী
- গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশলৈ যাব ৰাহুল গান্ধী
- প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, জেষ্ঠ নেতা ভূপেন বৰাই সদৰী কৰিলে এই তথ্য