ৰহাত দুৰ্ঘটনা, নিহত চালক...

ৰহাৰ বগৰীগুৰি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। দুখন ট্ৰাকৰ সংঘৰ্ষত নিহত এজন ট্ৰাক চালক। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই চালকজনৰ পৰিচয়। ঘাইপথত ৰৈ থকা ট্ৰাকত নিয়ন্ত্ৰণ হেৰুৱাই আন এখন ট্ৰাকৰ খুন্দা।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • ৰহাৰ বগৰীগুৰি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
  • দুখন ট্ৰাকৰ সংঘৰ্ষত নিহত এজন ট্ৰাক চালক।
  • বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই চালকজনৰ পৰিচয়।
  • ঘাইপথত ৰৈ থকা ট্ৰাকত নিয়ন্ত্ৰণ হেৰুৱাই আন এখন ট্ৰাকৰ খুন্দা।
ৰহা