Published on:
Updated on:
- ভাৰতীয় সামৰিক শক্তিত নতুন সংযোজন।
- দেশৰ বায়ুসেনাৰ লগত সংযুক্ত হ'ব 'ৰাফেল' যুদ্ধ বিমান।
- সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিলে পাঁচখনকৈ ৰাফেল যুদ্ধ বিমানে।
- বুধবাৰে হাৰিয়ানাৰ আমবালা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব ৰাফেল যুদ্ধ বিমানে।
- ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে জনালে এই কথা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in