মন্ত্ৰী গোটৰ প্ৰতিবেদন নামানে! জ্বলাই দিলে নিখিল ৰাভা ছাত্ৰ সন্থাই!

৬জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত দাখিল কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন দাহ কৰিলে নিখিল ৰাভা ছাত্ৰ সন্থাই।  এই প্ৰতিবেদনক জনজাতি বিৰোধী আখ্যা ছাত্ৰ সংগঠনটোৰ। এনে প্ৰক্ৰিয়াই জনজাতি লোকসকলৰ

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত দাখিল কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন দাহ কৰিলে নিখিল ৰাভা ছাত্ৰ সন্থাই। 
  • এই প্ৰতিবেদনক জনজাতি বিৰোধী আখ্যা ছাত্ৰ সংগঠনটোৰ।
  • এনে প্ৰক্ৰিয়াই জনজাতি লোকসকলৰ স্বকীয়তাত আঘাত হানিব বুলি মন্তব্য নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড০ সুভাষ ৰাভাৰ।
  • ২.৫কোটি লোক এতিয়া বৰ্তমানৰ জনজাতীয় লোকসকলৰ একেশাৰীত আহিব, তেতিয়া ভয়াৱহ সমস্যা তথা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব।
  • মুখ্যমন্ত্ৰীৰ সৈতে বিষয়টোক লৈ আলোচনাৰ দাবী ছাত্ৰ সংগঠনটোৰ নেতৃত্বৰ।
  • ইয়াৰ প্ৰতিবাদত অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ। 
জনজাতিকৰণ