New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- ৰাভা হাচং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা
- ২ এপ্ৰিলত অনুষ্ঠিত হ'ব পৰিষদৰ নিৰ্বাচন
- ৪ এপ্ৰিলত হ'ব নিৰ্বাচনৰ ভোটগণনা
- ৰাজ্য চৰকাৰে জাৰি কৰিলে নিৰ্বাচনী অধিসূচনা
- মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ মাৰ্চ
- ১৭ মাৰ্চত হব মনোনয়ন পত্ৰ পৰীক্ষা
- মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ মাৰ্চ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us