New Update
/asomiyapratidin/media/media_files/2025/08/03/asasas-2025-08-03-23-07-10.jpg)
- মহানগৰীৰ পিভিআৰ চিনেমা হ'লত অঘটন
- চিনেমা চলি থকা সময়তেই খহি পৰে ছবিগৃহৰ চিলিং
- দুৰ্ঘটনাৰ পাছতে হুৱা-দুৱা লাগে দৰ্শকৰ মাজত
- তিনিজন লোকৰ মূৰৰ ওপৰত পৰে চিলিঙৰ ভগ্নাংশ
- দৰ্শকৰ মাজত আছিল কেইবাটাও শিশু
- ছবিগৃহটোত চলি আছিল "মহাৱতাৰ নৰসিংহ" ছবিখন
- লগে লগে বন্ধ কৰি দিয়ে ছবিৰ প্ৰদৰ্শনী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us