/asomiyapratidin/media/media_files/2025/12/04/new-ap-web-11-11-24-new-2-2025-12-04-20-03-26.jpg)
ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বিমানযোগে অহা ৰাষ্ট্ৰপতিগৰাকী দিল্লীৰ পালম বিমানবন্দৰত পদাৰ্পণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/image-1-2025-12-04-19-57-10.png)
ইয়াৰ পাছতে আদৰিবলৈ সাজু হৈ থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰমৰ্দনেৰে বিমানৰ পৰা আদৰি আনে পুটিনক। উল্লেখযোগ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে অহা পুটিনে বিমানবন্দৰৰ পৰা পোনে পোনে নৰেন্দ্ৰ মোডীৰ চৰকাৰী বাসগৃহলৈ ৰাওনা হ’ব। মোডীৰ বাসগৃহতে তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উপৰি নৈশযাপন কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/04/whatsapp-image-2025-12-04-20-07-05.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us