গুৱাহাটীত REPOSEৰ ফেক্টৰীত লাগিল জুঁই...

গুৱাহাটীৰ পাঞ্জাবাৰীৰ জিলিকা পথত অগ্নিকাণ্ড। ৰিপ'জৰ খাদ্য প্রস্তুত কৰা কাৰখানাত সংঘটিত হৈছে এই ঘটনা। অগ্নিকাণ্ডত গুৰুতৰভাৱে আঘাতপ্রাপ্ত এজনক চিকিৎসা্লয়লৈ প্রেৰণ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • গুৱাহাটীৰ পাঞ্জাবাৰীৰ জিলিকা পথত অগ্নিকাণ্ড।
  • ৰিপ'জৰ খাদ্য প্রস্তুত কৰা কাৰখানাত সংঘটিত হৈছে এই ঘটনা।
  • অগ্নিকাণ্ডত গুৰুতৰভাৱে আঘাতপ্রাপ্ত এজনক চিকিৎসা্লয়লৈ প্রেৰণ।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত।
  • অগ্নিকাণ্ডৰ কাৰণ জনা হোৱা নাই।
গুৱাহাটী আৰক্ষী গুৱাহাটী