নাট্য সাহিত্যৰ দৃষ্টি দর্শন আৰু বিশেষ সম্বর্ধনা অনুষ্ঠানৰ আয়োজন...

বিশিষ্ট নাট্যকাৰ-সাহিত্য সাধক, ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক উৎপল দত্তক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰিব। ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্রতিদিনৰ সহযোগী সম্পাদক প্রকাশ মহন্ত বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানত উপস্থিত থাকিব । 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অহা ২৩ ডিচেম্বৰ মংগলবাৰে বিয়লি ৫ বজাত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত নাট্য সাহিত্যৰ দৃষ্টি দর্শন আৰু বিশেষ সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। য'ত অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা মুখ্য অতিথি হিচাপে উপস্থিতি থাকিব। 

4a669525-9d48-40d5-9d79-b871eeda5b7d

উল্লেখ্য যে, উক্ত সভাত ৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতাত 'চিনেমা সমালোচনা শিতান'ত স্বর্ণকমল বঁটা বিজয়ী, বিশিষ্ট নাট্যকাৰ-সাহিত্য সাধক, ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক উৎপল দত্তক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হ'ব। ইপিনে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্রতিদিনৰ সহযোগী সম্পাদক প্রকাশ মহন্ত বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানত উপস্থিত থাকিব । 

অসম