মুখ্য-পৃষ্ঠা আজি অসমলৈ প্ৰিয়ংকা গান্ধী আজি অসমলৈ প্ৰিয়ংকা গান্ধী asomiyapratidin 01 Mar 2021 09:37 IST Follow UsNew Updateদুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিযংকা গান্ধী।সোমবাৰে অসমত উপস্থিত হবহি প্ৰিয়ংকা গান্ধী।২মাৰ্চত তেজপুৰত এক ৰেলীত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।উল্লেখ্য যে, এই দুটা দিনত কেইবাখনো জনসভাত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক