New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/mitali.jpg)
- সোমবাৰে পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হয় কংগ্ৰেছ নেতী প্ৰিয়ংকা গান্ধী।
- প্ৰিয়ংকা গান্ধীক সংগ দিয়ে ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই।
- দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী।
- তেজপুৰ, লখিমপুৰকে ধৰি কেইবাখনো জনসভাৰ লগতে ৰেলীত অংশ লব কংগ্ৰেছ নেতীগৰাকীয়ে।