" নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ পলায়ন। স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হৈছিল কয়দীটোক। তেনে সময়তে কয়দীটোৱে পলায়ন কৰে হাস্পতালৰ পৰা। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কৰে তেওঁ। পলায়ন কৰা কয়দীজনৰ নাম বাবুল আলী। "