/asomiyapratidin/media/media_files/2025/09/14/whatsapp-image-2-2025-09-14-19-53-20.jpeg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱাৰ প্ৰমিলা শংকৰদেৱ উচ্চ মাধ্যমিকত সংঘটিত হৈছে সমাজক লজ্জিত কৰা কৰা এক ঘটনা। শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত এগৰাকী ৫৫ বছৰৰ উৰ্দ্ধৰ এগৰাকী প্ৰধান শিক্ষকে বিদ্যালয়ৰ মহিলা সহকৰ্মীক যৌন্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে মহিলা সহকৰ্মী গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই প্ৰধান শিক্ষক আব্দুল বাতেনক আটক কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি কামপুৰত হৈছে ব্যাপৰক চৰ্চা। শিক্ষকজনৰ এই কাণ্ডৰ বিৰুদ্ধে একাংশ শিক্ষকে প্ৰতিবাদৰ কাৰ্যসূচীও লোৱাৰো হুঙ্কাৰ প্ৰদান কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us