দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত বুধবাৰে নিজৰ সমষ্টি বাৰানসীবাসীক ভিডিঅ' কনফাৰেন্সযোগে সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।সমষ্টিবাসীক ঘৰৰ পৰা বাহিৰত ওলাই নাহিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে।কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে ২১দিন ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান তেওঁৰ।কোৰোনা ভাইৰাছৰ সন্দৰ্ভত শুদ্ধ আৰু সঠিক খবৰ লাভ কৰাৰ বাবে চৰকাৰে হোৱাটছএপৰ সৈতে মিলি এখন হেল্পডেস্ক বনোৱা কথাও জনালে প্রধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰী মোডীয়ে কয়- 'মহাভাৰতৰ যুদ্ধত জয়ী হ'বলৈ ১৮ দিন প্ৰয়োজন হৈছিল আৰু কোৰোনা ভাইৰাছৰ যুদ্ধত জয়ী হ'বলৈ ২১ দিন লাগিব।'.https://www.facebook.com/narendramodi/videos/819717208521437/