৩৭০ ধাৰা বিলুপ্তিঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ স্বাক্ষৰিত গেজেট নটিফিকেচন প্ৰকাশ…

৩৭০ ধাৰা বিলুপ্তিঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ স্বাক্ষৰিত গেজেট নটিফিকেচন প্ৰকাশ…

author-image
asomiyapratidin
New Update
৩৭০ ধাৰা বিলুপ্তিঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ স্বাক্ষৰিত গেজেট নটিফিকেচন প্ৰকাশ…

  • আনুষ্ঠানিকভাৱে বিলুপ্ত ঘটিল সংবিধানৰ ৩৭০ ধাৰা আৰু অনুচ্ছেদ ৩৫(ক)।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ স্বাক্ষৰিত গ্ৰেজেট নটিফিকেচন প্ৰকাশ।
  • ইয়াৰ লগে লগে ইতিহাস হল ৩৭০ ধাৰা।
  • ৫ আগষ্টত প্ৰথম ৰাজ্যসভাত এই বিধেযয়ক উত্থাপন কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে।
  • ইয়াৰ পাছতে মঙলবাৰে লোকসভাত গৃহীত হৈছিল বিধেয়কখন।
  • তাৰ পিছতে বুধবাৰে ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিলে গ্ৰেজেট নটিফেকেচন।
Advertisment