Published on :
Updated on :
- ২০ফেব্ৰুৱাৰীত প্ৰেমিকৰূপী যুৱক সমৰ ৰয়ৰ গুলিত গুলিবিদ্ধ হোৱা প্ৰেম কুমাৰৰ মৃত্যু ।
- বশিষ্ঠৰ বিবেক পথত সংঘটিত হৈছিল এই ঘটনা।
- প্ৰেম কুমাৰৰ মৃত্যুৰ পিছতে এতিয়া উত্তপ্ত হৈছে বশিষ্ঠৰ সেই বিশেষ অঞ্চলটো ।
- ইতিমধ্যে ঘটনাস্থলীত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰিছে অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ দল
- প্ৰেম কুমাৰৰ মৃত্যুৰ পিছতে এতিয়া পোহৰলৈ আহিছে সেই দিনাৰ ঘটনাৰ বহু ন ন কথা ।
- সমৰ ৰয়ৰ হাতত যে পিষ্টল আছিল এই কথা জানিছিল বন্ধন নামৰ এজন যুৱকে ।
- আৰু বন্ধন নামৰ যুৱক জনেই গুলিছালনা ঘটনা সংঘটিত হোৱা ঘৰটোলৈ মাটি নিছিল প্ৰেম কুমাৰক ।
- প্ৰেম কুমাৰে নিজ কৰ্তব্য স্থলীলৈ যাবলৈ ওলাই আহিছিল সেইদিনা ৰাতিপুৱা ।
- আনকি গৃহনং ৫৮ৰ আন আন লোক সকলেও সেইদিনা বিপথে পৰিচালিত কৰিছিল সংবাদমাধ্যমকো ।
- কিয়নো প্ৰেম কুমাৰৰ কোনো সম্পৰ্ক নাছিল গুলিছালনা সংঘটিত হোৱা ঘৰতোৰ লগত ।
Asomiya Pratidin
www.asomiyapratidin.in