প্ৰতীকি ফটো
Published on:
Updated on:
- শনিবাৰে পুনৰ এন আৰ চিক লৈ নতুন দিল্লীত প্ৰতীক হাজেলাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন।
- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই প্ৰেজেণ্টেশ্যন এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হাজেলাৰ।
- এন আৰ চিত পুনৰ আবেদনৰ বাবে ৫ নথি কৰ্তনৰ কাৰণ দৰ্শাব প্ৰতীক হাজেলাই।
- শুকুৰবাৰেও প্ৰেজেণ্টেশ্যন আগবঢ়াইছিল হাজেলাই।
- শুকুৰবাৰে তেওঁ ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নমুনা প্ৰদৰ্শন কৰিছিল।
- শনিবাৰেও ১৯৫১ চনৰ নাগৰিক পঞ্জী কেনেদৰে ডিজিটেলাইজেচন কৰা হৈছে তাৰ বিৱৰণ আগবঢ়ায় এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে।
- শনিবাৰৰ হাজেলাৰ প্ৰেজেণ্টেশ্যচনৰ সময়ত উপস্থিত থাকিব ভাৰতৰ এটৰ্ণি জেনেৰেল কে কে বেণুগোপাল, চলিচিটৰ জেনেৰেল তুষাৰ মেহতা।
- তেওঁলোকৰ লগতে উপস্থিত থাকিব জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, অসমৰ মুখ্য সচিব আলোক কুমাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী
- শনিবাৰে পুনৰ এন আৰ চিক লৈ নতুন দিল্লীত প্ৰতীক হাজেলাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন।
- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই প্ৰেজেণ্টেশ্যন এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হাজেলাৰ।
- এন আৰ চিত পুনৰ আবেদনৰ বাবে ৫ নথি কৰ্তনৰ কাৰণ দৰ্শাব প্ৰতীক হাজেলাই।
- শুকুৰবাৰেও প্ৰেজেণ্টেশ্যন আগবঢ়াইছিল হাজেলাই।
- শুকুৰবাৰে তেওঁ ১৯৫১ চনৰ নাগৰিকপঞ্জীৰ নমুনা প্ৰদৰ্শন কৰিছিল।
- শনিবাৰেও ১৯৫১ চনৰ নাগৰিক পঞ্জী কেনেদৰে ডিজিটেলাইজেচন কৰা হৈছে তাৰ বিৱৰণ আগবঢ়ায় এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে।
- শনিবাৰৰ হাজেলাৰ প্ৰেজেণ্টেশ্যচনৰ সময়ত উপস্থিত থাকিব ভাৰতৰ এটৰ্ণি জেনেৰেল কে কে বেণুগোপাল, চলিচিটৰ জেনেৰেল তুষাৰ মেহতা।
- তেওঁলোকৰ লগতে উপস্থিত থাকিব জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, অসমৰ মুখ্য সচিব আলোক কুমাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আইন উপদেষ্টা শান্তনু ভৰালী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in