/asomiyapratidin/media/media_files/2025/04/11/mYc4vbHIipLgM0XEsxEK.jpg)
ডিজিটেল ডেস্ক : জিলিকি উঠিল যোৰহাটৰ প্ৰজ্ঞা একাডেমী। যোৰহাটৰ এই বিদ্যালয়খনৰ পৰা দুগৰাকী শিক্ষাৰ্থীয়ে ক্ৰমে প্ৰথম আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই খবৰ লাভ কৰাৰ পাছতে বিদ্যালয়খনতে নহয়, সমগ্ৰ জিলাখনতে এক উচৱমুখৰ পৰিৱেশে বিৰাজ কৰে।