New Update
/asomiyapratidin/media/media_files/2025/11/23/ap-web-dead-2025-11-23-20-32-26.jpg)
- মৰিকলঙৰ প্ৰফুল্ল কুমাৰ বৈদ্য আৰু নাই।
- বৈদ্যৰ হৃদকম্পন বন্ধ হৈ হঠাৎ ২২ নৱেম্বৰৰ নিশা ২-৩০ বজাত নিজ বাসভৱনত বিয়োগ ঘটে।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৬ বছৰ।
- তেওঁ একমাত্র পুত্র অভিনৱ বৈদ্য, বোৱাৰী মঞ্জুশ্রী বৰা, পত্নী সাদৰী বৈদ্য আৰু নাতিনীক এৰি থৈ গৈছে।
- তেওঁৰ পিতৃ আছিল স্বৰ্গীয় মনেশ্বৰ বৈদ্য আৰু অকণিপ্ৰভা বৈদ্য।
- তেওঁ আছিল আঠটি সন্তানৰ মাজৰ ষষ্ঠ সন্তান।
- বৈদ্য জলসিঞ্চন বিভাগৰ কৰ্মী আছিল আৰু ২০০৯ত অৱসৰগ্ৰহণ কৰিছিল।
- তেওঁ বিশেষভাৱে স্থানীয় বকুলতল নামঘৰ আৰু প্ৰগতি গ্ৰন্থাগাৰৰ সৰবৰহী ব্যক্তি আছিল ।
- অমায়িক বৈদ্যৰ মৃত্যুত অঞ্চলটিত শোকৰ ছাঁ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us