বৰ্ণিল জীৱন পৰিক্ৰমাৰ সামৰণি! পঞ্চভূতত বিলীন প্ৰসিদ্ধ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা...

অসমৰ সংবাদ ক্ষেত্ৰৰ প্ৰসিদ্ধ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্য নৱগ্ৰহ শশ্মানত সম্পন্ন হয়। ৰাজ্যিক মৰ্যদাৰে প্ৰবীণ সাংবাদিক গৰাকীক

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃঅসমৰ সংবাদ ক্ষেত্ৰৰ প্ৰসিদ্ধ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্য নৱগ্ৰহ শশ্মানত সম্পন্ন হয়।

be455047-0a2c-47a2-860c-a185994b3722

ৰাজ্যিক মৰ্যদাৰে প্ৰবীণ সাংবাদিক গৰাকীক জ্ঞাপন কৰা হয় শেষ শ্ৰদ্ধা।

4045ea2e-0162-4189-a9b4-d91d99253f49

নৱগ্ৰহৰ শেষকৃত্যত অসংখ্য গুণমুগ্ধৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও প্ৰবীণ সাংবাদিক গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য আৰু সভাপতি উতপল শৰ্মা উপস্থিত থাকে নৱগ্ৰহত।

aca71cf6-69fd-475c-b236-8776127b8343

অসম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় শংকৰ তিৱাৰীও উপস্থিত থাকে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ শেষকৃত্য অনুষ্ঠানত। বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আৰু বহু কেইগৰাকী বিশিষ্ট সাংবাদিকে নৱগ্ৰহৰ এই শেষকৃত্যত উপস্থিত থাকে।

e3651190-1442-41e3-bcb5-17a51a46b95c

উল্লেখ কৰা প্ৰয়োজন যে,  সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সাংবাদিক বৰুৱাক ২০১৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। ৯৪ বছৰ বয়সত দেওবাৰে  গুৱাহাটীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল তেওঁ। 

569f5b96-b4cc-4902-85bb-be21f608f582

গুৱাহাটী