বিশিষ্ট লেখক, সাংবাদিক প্ৰদীপ বৰুৱা আৰু নাই...

‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান, ৮৭ বছৰ বয়সত জীৱন পৰিক্ৰমাৰ সামৰণি বৰেণ্য অসমীয়াগৰাকীৰ।

author-image
Asomiya Pratidin
New Update
new ap web 5 (15)
  • প্রসিদ্ধ লেখক সাংবাদিক প্রদীপ বৰুৱাৰ দেহাৱসান
  • ৮৭ বছৰ বয়সত জীৱন পৰিক্ৰমাৰ সামৰণি বৰেণ্য অসমীয়াগৰাকীৰ
  • ‘প্রান্তিক’ আলোচনীৰ জন্মলগ্নৰে পৰা জড়িত আছিল বৰুৱা
  • গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিঃশ্বাস ত্যাগ বৰুৱাৰ
  • কাইলৈ পুৱা ৮.৩০ বজাত হাস্পতালৰ পৰা ঘৰলৈ অনা হ’ব নশ্বৰদেহ
  • কাইলৈ পুৱা ১১ বজা নৱগ্রহ শ্মশানত সম্পন্ন হ’ব শেষকৃত্য 
  • সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কণিষ্ঠ সন্তান আছিল বৰুৱা
  • মাত্র কেইদিনমান পূৰ্বে মৃত্যু হৈছিল ভাতৃ প্রফুল্ল গোবিন্দ বৰুৱাৰ
  • ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মলাভ কৰিছিল বৰুৱাই
  • গুৱাহাটীৰ ডনবস্ক’ স্কুলৰ পৰা বৰুৱাৰ আৰম্ভ  হৈছিল স্কুলীয়া শিক্ষা
  • কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল প্রদীপ বৰুৱাই
  • বৰুৱাক প্রদান কৰা হৈছিল সাদিন প্রতিদিন গোষ্ঠীৰ Achivers Award 
  • সাদিন সাহিত্য সাংবাদিকতা বঁটাও প্রদান কৰা হৈছিল প্রদীপ বৰুৱাক
প্ৰান্তিক