/asomiyapratidin/media/media_files/2025/12/08/1-2025-12-08-22-34-39.jpg)
ডিজিটেল ডেস্কঃ খানাপাৰা খেলপথাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জনালে প'পষ্টাৰ পোষ্ট মেলনে। জুবিন গাৰ্গৰ প্ৰতি গভীৰ সন্মান প্ৰকাশ কৰি মেলনে তেওঁক 'এগৰাকী মহান শিল্পী' বুলি অভিহিত কৰে।
উল্লেখ্য যে, এগৰাকী আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ দ্বাৰা অসমীয়াৰ হিয়াৰ আমঠু গৰাকীলৈ আগবঢ়োৱা এই আন্তৰিক শ্ৰদ্ধাঞ্জলীয়ে অনুৰাগীসকলৰ মাজত এক অত্যন্ত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।
তাৰোপৰি ই সাংস্কৃতিক আদান-প্ৰদানৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। অনুষ্ঠানত উপস্থিত থকা অনুৰাগীসকলৰ মাজত এই ক্ষণটোৱে এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us