গৰৈমাৰীৰ আচলপাৰাত আৰক্ষীৰ অভিযান

নিশা দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আচলপাৰাত আৰক্ষীৰ অভিযান। ফাইজুৰ ৰহমান নামৰ লোকজনৰ ডেম্পত চলায় অভিযান।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • নিশা দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আচলপাৰাত আৰক্ষীৰ অভিযান।
  • ফাইজুৰ ৰহমান নামৰ লোকজনৰ ডেম্পত চলায় অভিযান।
  • অভিযানত জব্দ ৩০ লক্ষাধিক টকা মূল্যৰ চোৰাং সামগ্রী।
  • জব্দ বহু পৰিমাণৰ কপাৰ, বৈদ্যুতিক পৰিবাহী তাঁৰ, কাঁহৰ সামগ্রী।
আৰক্ষী