New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/delhi-police-marigaonjui-for-web-AP-full-no-ad-copy.jpg)
- দেশজুৰি স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।
- তাৰ মাজতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
- দিল্লী-নইডা ডাইৰেক্ট ফ্লাইৱেত শুকুৰবাৰৰ পুৱা আৰক্ষী তালাচী।
- সকলো বাহন তথা মানুহৰ ওপৰত ৰাখিছে দিল্লী আৰক্ষীয়ে দৃষ্টি।
- স্বাধীনতা দিৱস উপলক্ষে এনেদৰে চলোৱা হৈছে তালাচী।