New Update
/asomiyapratidin/media/media_files/2026/03/09/new-ap-web-dhuburi-2026-03-09-12-05-26.jpg)
- ধুবুৰীত জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান ।
- ধুবুৰী চহৰৰ ২ নং ৱাৰ্ডৰ মিতালী ক্লাবত অতৰ্কিতে আৰক্ষীয়ে অভিযান চলায়।
- ধুবুৰী উপ-আৰক্ষী অধীক্ষৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই ১৬ জনকৈ জুৱাৰীক আটক কৰে।
- লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।
- ক্লাবটোৰ ভিতৰত সন্ধিয়া ৯:৩০ বজাৰ পৰা নিশা প্ৰায় পাঁচ ঘন্টা ধৰি অভিযান চলায় ধুবুৰী আৰক্ষীয়ে।
- অভিযানৰ অন্তত দুপৰ নিশা পাঁচজন (৫) জুৱাৰীক আটক কৰি আৰক্ষী থানালৈ নিয়ে।
- কিন্তু ৰহস্যজনকভাৱে আন ১১ জন জুৱাৰীক ক্লাবটোৰ ভিতৰৰ পৰায় এৰি দিয়ে।
- আৰক্ষীয়ে ১১ জুৱাৰী এৰি দিয়া ঘটনাই সচেতন মহলত বুবু বাবা আৰম্ভ হৈছে।
- এৰি দিয়া ১১ জুৱাৰীৰ ভিতৰত বহু নেতা, ৰথি মহাৰথী থকাৰ লগতে এজন কলেজৰ অধ্যক্ষ আছিল বুলিও জনা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us