Published on :
Updated on :
- সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক ভিডিঅ' কনফাৰেন্সিং যোগে কথা পাতিব কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।
- মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতেও কথা পাতিব প্ৰধানমন্ত্ৰী মোডীয়ে।
- এই কনফাৰেন্সিঙৰ পিছতে অনুষ্ঠিত হ'ব কেবিনেট।
- তাতে লকডাউন প্ৰত্যাহাৰ কিম্বা বৃদ্ধি সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত ল'ব।
- দিছপুৰত দেওবাৰে এই কথা সদৰী কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
- কেবিনেটৰ বৈঠকতে দোকান-পোহাৰ খোলা নোখোলাক লৈও লব পাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
Asomiya Pratidin
www.asomiyapratidin.in