মুখ্যমন্ত্ৰী ৰূপে নবীন পায়নাকৰ শপতগ্ৰহণ, প্ৰধানমন্ত্ৰীয়ে জনালে অভিনন্দন…

মুখ্যমন্ত্ৰী ৰূপে নবীন পায়নাকৰ শপতগ্ৰহণ, প্ৰধানমন্ত্ৰীয়ে জনালে অভিনন্দন…

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী ৰূপে নবীন পায়নাকৰ শপতগ্ৰহণ, প্ৰধানমন্ত্ৰীয়ে জনালে অভিনন্দন…

ফাইল ফটো

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ল'লে নবীন পাটনায়কে। পাটনায়কৰ লগতে আৰু বহু কেইগৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ লয়।মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ শপতগ্ৰহণ অনুষ্ঠানত দলৰ নেতা-মন্ত্ৰীসকলৰ লগতে উপস্থিত থাকে তেওঁৰ ভগ্নী গীতা মেহতা।

ইফালে, মুখ্যমন্ত্ৰী নবীন পাটনায়কক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- 'ওড়িশ্যাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে নবীন পাটনায়কে। তেওঁক অভিনন্দন জনালো।মই আশা কৰো যে কেন্দ্ৰীয় চৰকাৰে মুখ্যমন্ত্ৰী পাটনায়কৰ চৰকাৰৰ সৈতে মিলি ওড়িশ্যাৰ উন্নতিৰ কাৰণে কাম কৰি যাম।'