দিনৰ ২.৪৫ বজাত বৰঝাৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী

আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ প্রধানমন্ত্রী নৰেন্দ্র মোডী। দিনৰ ২.৪৫ বজাত বৰঝাৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। দিনৰ ২.৫৫ বজাত উদ্বোধন কৰিব বিমান বন্দৰৰ নতুন টাৰ্মিনেল।

author-image
Asomiya Pratidin
New Update
new ap web 1 (32)
  • আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ প্রধানমন্ত্রী নৰেন্দ্র মোডী
  • দিনৰ ২.৪৫ বজাত বৰঝাৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডী
  • দিনৰ ২.৫৫ বজাত উদ্বোধন কৰিব বিমান বন্দৰৰ নতুন টাৰ্মিনেল
  • বিয়লি ৪.১৫ বজালৈ পৰিদৰ্শন কৰিব নতুন টাৰ্মিনেল
  • বিয়লি ৪.১৫ বজাত এখন জনসভাক সম্বোধন কৰিব 
  • বিয়লি ৪.৫৫ বজাত বাজপেয়ী ভৱন অভিমুখে ৰাওনা হ’ব প্রধানমন্ত্রী
  • বিয়লি ৫.১৫ বজাত বাজপেয়ী ভৱনত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী
  • বাজপেয়ী ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰিব প্রধানমন্ত্রীয়ে
  • প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ আগমনক লৈ দিয়া হৈছে পথ নিৰ্দেশনা 
  • বিশেষ পথ নিৰ্দেশনা নাথাকিলেও কিছু কিছু পথ এৰাই চলাৰ আহ্বান
  • পাণবজাৰ, ফাঁচীবজাৰত যান–জঁটৰ প্রতি লক্ষ্য ৰাখি উক্ত পথ এৰি চলাৰ আহ্বান
  • মহানগৰীত নিষিদ্ধ গধুৰ বাহনৰ চলাচল
  • বিমান বন্দৰতে প্রায় ১ লাখ ২০ হাজাৰ লোকৰ সমাগম হোৱাৰ সম্ভাৱনা
  • বিমান যাত্রীসকলক সোনকালে আহিবলৈ অনুৰোধ
  • River Frontৰ পথ এৰাই চলাৰ আহ্বান
  • লখৰা, বৰগাঁও অঞ্চলৰ পথ এৰি চলিবলৈ আহ্বান জনসাধাৰণক
  • বিমান বন্দৰৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্রহণকাৰীক পানী বটল, ডাঙৰ বেগ নানিবলৈ আহ্বান
  • পেণ্ডেলতে থাকিব খোৱাপানীৰ ব্যৱস্থা 
  • বিমান বন্দৰৰ উদ্বোধনী কাৰ্যসূচীত গড়লৰ দিশৰ পৰা অহা বাহনত ২য় ৰটাৰী পইণ্টত বাহন ৰখাব লাগিব
  • পুৰণি টাৰ্মিনেল দিশৰ পৰা অহা বাহন SOS Villageত ২ ঘণ্টা পূৰ্বেই ৰখাই দিয়া হ’ব
  • একমাত্র Pass থকা বাহনহে পুৰণা টাৰ্মিনেল দিশৰ পৰা আহিবলৈ পাৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী