আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author-image
asomiyapratidin
New Update
পেট্ৰ’ল ডিপ’ সমূহক নৰেন্দ্ৰ মোডীৰ আলোকচিত্ৰ থকা হৰ্ডিং আতৰোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ…

  • আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • কৰিমগঞ্জৰ ভাটগ্ৰামত চলাব নিৰ্বাচনী প্ৰচাৰ।
  • দিনৰ ১বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হব তেওঁ।
  • বিজেপিৰ ১৪গৰাকী আৰু অগপৰ ১গৰাকী প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।