দেশত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত…

দেশত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত…
  • দেশত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত।
  • প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ পাছত ইয়াৰ স্পষ্ট ইংগিত দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
  • টুইটাৰত তেওঁ লিখিছে, লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত সঠিক।
  • ভাৰতৰ বৰ্তমানৰ স্থিতি অন্য বহু বিকশিত দেশতকৈ সুস্থিৰ বুলিও উল্লেখ কেজৰিৱালৰ।
  • জনতাৰ বাবেই লকডাউন সম্প্ৰসাৰণ কৰাটো জৰুৰী বুলি কলে কেজৰিৱালে।
  • উল্লেখ্য যে, শনিবাৰৰ বৈঠকত প্ৰায় সকলো মুখ্যমন্ত্ৰীয়েই লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছিল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in