New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/EVUIONbUMAAwuki.png)
- দেশত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত।
- প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ পাছত ইয়াৰ স্পষ্ট ইংগিত দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
- টুইটাৰত তেওঁ লিখিছে, লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত সঠিক।
- ভাৰতৰ বৰ্তমানৰ স্থিতি অন্য বহু বিকশিত দেশতকৈ সুস্থিৰ বুলিও উল্লেখ কেজৰিৱালৰ।
- জনতাৰ বাবেই লকডাউন সম্প্ৰসাৰণ কৰাটো জৰুৰী বুলি কলে কেজৰিৱালে।
- উল্লেখ্য যে, শনিবাৰৰ বৈঠকত প্ৰায় সকলো মুখ্যমন্ত্ৰীয়েই লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us