/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-10-57-47.jpg)
ডিডিটেল ডেস্কঃ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজ্বলিল ধেমাজি জিলাৰ চিমেন চাপৰিৰ প্ৰতিভাৱান চাৰি খেলুৱৈ।যোৱা ২২ আৰু ২৩ ডিচেম্বৰত হাৰিয়ানাৰ পানীপথত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ।এই চেম্পিয়নশ্বীপত চাৰিটা সোন,দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিলে চাৰি খেলুৱৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-2025-12-28-10-59-41.jpeg)
উল্লেখ্য যে, চমকপ্ৰদ প্ৰদৰ্শনৰে উজ্বলি উঠা খেলুৱৈ সকল হ'ল পাপু বৰা,দেৱাষিশ চাংমাই,টোচেনজিৎ বৰা আৰু পল্লৱ ৰাজবংশী। পুৱাই চিমেন চাপৰিৰ ৰেল ষ্টেচলৈ গৈ খেলুৱৈ সকলক আদৰণি আনিলে চিমেন চাপৰিৰ দল সংগঠন আৰু শুভাকাংশীসকলে।চাৰি খেলুৱৈৰ সফলতাত আনন্দিত ৰাজ্যবাসী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-1-2025-12-28-11-00-03.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us