New Update
/asomiyapratidin/media/media_files/2026/01/15/fsaedawsasasa-2026-01-15-18-56-56.jpg)
- কোকৰাঝাৰত বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যৰ সংবাদমেল
- শিক্ষা বিভাগৰ নিযুক্তি সন্দৰ্ভত সংবাদমেল কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীৰ
- ১৭ জানুৱাৰীৰ পৰা হ’ব লগীয়া ৯৮৪টা শিক্ষক পদৰ নিযুক্তিৰ ফিজিকেল ভেৰিফিকেশ্যনৰ দিন সলনি
- নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে আছিল এই ভেৰিফিকেশ্যন
- ১৭ জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ’ব লগা বাগুৰুম্বা নৃত্যৰ বাবে দিন সলনি
- ১৭ জানুৱাৰীৰ পৰিৱৰ্তে ২১ৰ পৰা ২৫ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ফিজিকেল ভেৰিফিকেশ্যন
- শিক্ষা বিভাগৰ কেইবাটাও খালী হৈ থকা পদতো নিযুক্তি দিয়াৰ ব্যৱস্থা গ্রহণ কৰিছে চৰকাৰে
- ইফালে বিটিচত প্রাদেশিকীকৰণ কৰা হ’ব ভেন্সাৰ স্কুলো
- সকলো ধৰণৰ নিযুক্তি স্বচ্ছতাৰে সম্পন্ন কৰা হ’ব
- সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব : ৰবিৰাম নাৰ্জাৰী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us