New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/petrol-disel-prize.jpg)
- দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰল-ডিজেলৰ।
 - মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰলত ২৫পইচাকৈ বৃদ্ধি পালে।
 - ইফালে ডিজেল প্ৰতিলিটাৰত ৩৫পইচাকৈ বৃদ্ধি পালে।
 - এই বৰ্দ্ধিত মূল্যৰ সৈতে দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হলগৈ ৯০.৮৩টকা।
 - বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য হলগৈ ৮১.৩২টকা।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us