/asomiyapratidin/media/media_files/2025/08/31/8318bbd9-8028-4f8e-bd21-2a868e674024-2025-08-31-11-14-30.jpg)
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ধাৰবাহিক পৱিত্ৰ ৰিস্তাৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰিয়া মাৰাঠেৰ অকাল মৃত্যু। ৩৮বছৰ বয়সত নিজ বাসগৃহত অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে সকলোকে হতচকিত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/24439022-957a-4ac7-8bfd-f25720cbf360-2025-08-31-11-20-13.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে প্ৰিয়াৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ। তাৰ পাছতে লোকচক্ষুৰ পৰা আঁতৰত আছিল প্ৰিয়া। কৰ্কট ৰোগৰ চিকিতসা কৰোৱাই আছিল যদিও অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে প্ৰিয়াই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/b1aa5549-dc65-45af-8e2b-3739a2b1bb6b-2025-08-31-11-20-45.jpg)
হিন্দী ধাৰাবাহিক জগতৰ লগতে মাৰাঠী ছবিজগতত প্ৰিয়া হৈছে এখন চিনাকি মুখ। বহুকেইখন মাৰাঠী ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল প্ৰিয়াক। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মুম্বাইৰ মীৰা ৰোডস্থিত তেওঁৰ ঘৰলৈ সোঁত বৈছে গুণমুগ্ধৰ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us