/asomiyapratidin/media/media_files/2025/12/23/1-2025-12-23-15-05-45.jpg)
ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাৰ আন্দোলন ব্ৰহ্মলৈ অসম চৰকাৰৰ ‘যুৱ লেখক সন্মান-২০২৫’। ৰাজ্য চৰকাৰে ২০২৫ চনৰ গ্ৰন্থবর্ষ উপলক্ষে অসমীয়া, বাংলা, বড়ো, কাৰ্বি, মিছিং, নেপালী ভাষাত সাহিত্য চৰ্চা কৰা ৮১৮গৰাকী ৪০ অনুৰ্ধ্ব যুৱ লেখক-লেখিকালৈ যুৱ লেখক সন্মান প্ৰদান কৰিব।
/asomiyapratidin/media/post_attachments/f491f1a1-6fa.png)
উল্লেখ্য যে, বড়ো ভাষাৰ সাহিত্য চৰ্চা কৰি ৰাজ্য চৰকাৰ পৰা পৰ্বতঝোৰাৰ যুৱ লেখক আন্দোলন ব্ৰহ্মই লাভ কৰিলে যুৱ লেখক সন্মান।যুৱ লেখক গৰাকীয়ে অসম চৰকাৰৰ পৰা যুৱক লেখক সন্মান লাভ কৰাৰ পাছতেই বড়ো সাহিত্য সভাৰ লগতে বিভিন্নজনে লেখক গৰাকীৰ ঘৰত আহি সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/6972722a-03f.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us