পৰ্বতঝোৰাত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান

পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ TCLCC আৰু ৯খন VCDCৰ নৱ নিযুক্ত অধ্যক্ষৰ লগতে সদস্য সকলক দেৱীতলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰাঙ্গনত আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ  পৰ্বতঝোৰাৰ দেৱীতলাত TCLCC আৰু VCDCৰ অধ্যক্ষক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত EM মুন মুন ব্ৰহ্ম উপস্থিত থাকে।  

WhatsApp Image 2025-11-28 at 11.54.59 AM

উল্লেখ্য যে,পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ TCLCC আৰু ৯খন VCDCৰ নৱ নিযুক্ত অধ্যক্ষৰ লগতে সদস্য সকলক দেৱীতলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰাঙ্গনত আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা EM মুন মুন ব্ৰহ্মই।

image (39)

তাৰোপৰি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত EM মুন মুন ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে দেৱীতলা, ৰূপচী আৰু মহামায়া খণ্ড উন্নয়ন বিষয়া আৰু শাসকীয় BPF দলৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা কৰ্মী সকলো উপস্থিত থাকে। 

WhatsApp Image 2025-11-28 at 11.57.15 AM

পৰ্বতঝোৰা