/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-10-47-04.jpg)
ডিজিটেল ডেস্কঃ পৰ্বতঝোৰাৰ ঐতিহাসিক মা মহামায়া স্নানঘাট মন্দিৰত উলহ মালহৰে বিশ্ব শান্তিৰ বাবে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৩১তম শক্তি যজ্ঞ অনুষ্ঠান। অইন অইন বছৰৰ দৰে এই বছৰতো কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱর্তী পৰ্বতঝোৰাৰ ঐতিহাসিক মা মহামায়া স্নানঘাট মন্দিৰত অহা ৩০-৩১জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত বিশ্ব শান্তিৰ বাবে ৩১তম শক্তি যজ্ঞ অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/48d9b536-80b.png)
উল্লেখ্য যে, শক্তি যজ্ঞ অনুষ্ঠিত কৰাৰ বাবে শক্তি যজ্ঞ আয়োজক সমিতিয়ে প্ৰস্তুতি তুংগত কৰিছে বুলি জানিব দিয়াৰ লগতে সকলো ধৰ্ম প্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
/asomiyapratidin/media/post_attachments/c168094a-238.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us