/asomiyapratidin/media/media_files/2026/02/28/kargu-2026-02-28-09-30-40.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা সাপ্তাহিক বজাৰ প্ৰাংগনতস্থিত প্ৰয়াত ৰো ছেমচন ছিং ইংতি প্ৰতিমূৰ্তি মালা অৰ্পণ লগতে শ্ৰদ্ধাৰে স্মৰণ কৰে আটুৰকিমি একাডেকী এমডি তথা সমাজ সেবক লগতে কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য বাজং টিচ্চ ৷
সংযোগ কৰে জেংখা টাউন সমিটি অধক্ষ্য চাৰমেন ফাংচ আদি বিশিষ্ট ব্যক্তি আৰু আটুৰকিমি একাডেমি অধক্ষ্যা ;শিক্ষক-শিক্ষকযিত্ৰী ;চাত্ৰ-চাত্ৰী সকলে অংশ গ্ৰহণ কৰে ৷ চমু ভাষনত বাজং টিচ্চয়ে উল্লেখ কৰে য়ে প্ৰযাত চেমচন চিং ইংতি আদৰ্শ সমগ্ৰ অসম লগতে জিলাখনৰ চুকে কুনে ৰাইজৰ মাজত তেওঁৰ আদৰ্শ সমুহৰ জীয়াই ৰাখিবলৈ ব্যাখ্যা আগবঢ়াই ৷ তদুপৰি অনাগত দিনত বিভিন্ন শিক্ষা প্ৰতিষ্ঠান প্ৰযাত চেমচন ছিং ইংতি বিষয়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি উলেখ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us