/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/weather-murree-pakistan-shutterstock-editorial-7898155b.jpg)
Mandatory Credit: Photo by B K Bangash/AP/Shutterstock (7898155b) A man cleans snow from his car after a heavy snowfall in the hill town of Murree, some 58 kilometers (36 miles) northeast of Islamabad, Pakistan, . The mercury has dropped to minus 2 degrees centigrade in some of the areas including Kalam, Swat, Upper Dir, Lower Dir and Chitral after a heavy snowfall blocked roads during harsh winter Weather, Murree, Pakistan - 18 Jan 2017
- পাকিস্তানত ভয়ংকৰ ঘটনা।
- পাকিস্তানৰ মুৰীত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু।
- প্ৰৱল তুষাৰপাতৰ ফলত মৃত্যু হয় এই পৰ্যটককেইগৰাকীৰ।
- এটা পাহাৰীয়া ষ্টেচনত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ প্ৰশাসনৰ।
- উল্লেখ্য যে, ষ্টেচনত প্ৰায় ১০০০খন গাড়ী বৰফত আৱদ্ধ হৈ আছে।