জম্মু-কাশ্মীৰত দ্বিতীয়বাৰলৈ যুদ্ধবিৰতি উলংঘা পাক সেনাৰ…

জম্মু-কাশ্মীৰত দ্বিতীয়বাৰলৈ যুদ্ধবিৰতি উলংঘা পাক সেনাৰ…

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • বৃহস্পতিবাৰে পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ।
  • দিনৰ ১ বজাত পাক সেনাই গুলীবৰ্ষণ কৰে ভাৰতৰ ভূমিত।
  • জম্মু-কাশ্মীৰৰ পুঞ্চৰ কৃষ্ণা ঘাটিত গুলীবৰ্ষণ।
  • ভাৰতীয়ে সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে।
  • বৃহস্পতিবাৰে পুৱা ৬ বজাতো যুদ্ধবিৰতি উলংঘা কৰিছিল পাক সেনাই।