মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘা… জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘা… asomiyapratidin 27 Aug 2019 16:37 IST Follow UsNew Updateজম্মু-কাশ্মীৰত আকৌ পাক সেনাৰ যুদ্ধবিৰতি উলংঘা।উৰী ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যুগ্যপ্ৰত্যুত্তৰ।বৰ্তমানলৈ হতাহত হোৱা কোনো খবৰ লাভ কৰা হোৱা নাই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক