New Update
/asomiyapratidin/media/media_files/2026/02/27/whatsapp-image-2026-02-27-10-45-10.jpeg)
- আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে পাকিস্তানে
- পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খোৱাজা আছিফে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যুদ্ধৰ
- নিশা আফগানিস্তানে কৰা প্ৰতিশোধমূলক আক্রমণত নিহত হৈছিল ৫৫ জন পাকিস্তানী সৈন্য
- আফগানিস্তানত আক্রমণ কৰি পাকিস্তানে ঘোষণা কৰিলে অপাৰেচন "গজব-লিল-হক"
- কাবুল, কান্দাহাৰ, পক্তিয়াত নিশা পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক
- বৃহস্পতিবাৰে পাকিস্তানী সেনাই চলাইছিল আক্ৰমণ
- পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰ আফগানিস্তান সেনাৰ
- পাকিস্তানৰ এখন যুদ্ধ বিমান ভূপতিত কৰাৰ দাবী আফগানিস্তান সেনাৰ
- ভূপতিত পাকিস্তানৰ F-16 যুদ্ধ বিমান
- পাকিস্তান সীমান্তৰ কেইবাটাও চকীৰ ওপৰত আক্ৰমণ
- আক্ৰমণত শিশু-মহিলা নিহত হোৱাৰ তথ্য প্ৰকাশ আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ
- তাৰ পাছতে প্ৰত্যাক্ৰমণ আফগানিস্তান সেনাৰ
- পক্তিয়া, নংগৰহাৰ, পুনাৰ, পক্তিকা, সৌষ্ট, নুৰিস্তান প্ৰান্তত ধাৰাবাহিক আক্ৰমণ
- পাকিস্তানৰ ১৯টাকৈ সেনা বাহিনীৰ পোষ্ট দখল কৰে আফগান সেনাই
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/27/whatsapp-image-2026-02-27-10-40-26.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us