পাকিস্তানৰ দুমুখীয়া স্থিতি, জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ

পাকিস্তানৰ দুমুখীয়া স্থিতি, জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ

author-image
asomiyapratidin
New Update
জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন…

  • জম্মু-কাশ্মীৰৰ সীমান্তত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ।
  • জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চলত পাক সেনাৰ গুলিবৰ্ষণ।
  • লঘু মাৰণাস্ত্ৰৰে সীমান্তত ধাৰাসাৰ গুলিবৰ্ষণ কৰে পাকিস্তানী সেনাই।
  • সুন্দেৰবাণী, মানকোট, খাৰী কৰমাৰা আৰু ডেগৱাৰ চেক্টৰত পাক সেনাৰ গুলিবৰ্ষণ।
  • পুৱা ৬ বজাত আৰু আবেলি ৩ বজাত গুলিবৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘন কৰে পাক সেনাই।
  • উল্লেখ্য যে ইফালে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত পাকিস্তানৰ হাতত বন্দী ভাৰতীয় উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক মুকলি কৰাৰ ঘোষণা কৰিছে।
  • আনফালে জম্মু-কাশ্মীৰৰ সীমান্তত ভাৰতলৈ লক্ষ্য কৰি গুলিচালনা কৰিছে পাক সেনাই।