মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন… পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন… asomiyapratidin 16 Mar 2019 15:25 IST Follow UsNew Updateপুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন জম্মু-কাশ্মীৰত।পুঞ্চ জিলাৰ মানকোট চেক্টৰত ভাৰতলৈ লক্ষ্য কৰি পাক সেনাৰ গুলিবৰ্ষণ।দিনৰ প্ৰায় ১.৩০ বজাৰ পৰা ধাৰাসাৰ গুলিবৰ্ষণ কৰে পাকিস্তানী সেনাই।পাক সেনাক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইও।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক