New Update
/asomiyapratidin/media/media_files/2025/10/25/sdesdsds-2025-10-25-14-20-07.jpg)
- সৃষ্টি ৱেলনেছ নিচামুক্তি কেন্দ্রৰ স্বত্বাধিকাৰীক গ্রেপ্তাৰ
- দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে স্বত্বাধিকাৰী বৰ্ণালী বৈশ্যক
- বৰ্ণালী বৈশ্যৰ বিৰুদ্ধে নিচামুক্তি কেন্দ্রটোত যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ
- শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল বৰ্ণালীক
- গ্রেপ্তাৰৰ পিছতে আদালতলৈ নিয়া হ’ল বৰ্ণালী বৈশ্যক
- হেঙেৰাবাৰীৰ সৃষ্টি ৱেলনেচ চেণ্টাৰৰ বিৰুদ্ধে উত্থাপন হৈছিল যুৱতীক নিৰ্যাতনৰ অভিযোগ
- ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল অসম ৰিহেব এছ’চিয়েচনে
- কেন্দ্রটোত নিশা ড্রাগছ সেৱন কৰি মাতাল হৈ যুৱতীক প্রহাৰ কৰাৰ অভিযোগ
- নিশাই মহিলা ৰোগীয়ে ফোনযোগে অভিযোগ দিয়ে অসম ৰিহেব এছ’চিয়েচনক
- কল ৰেকৰ্ডিঙত স্পষ্ট হৈছিল সকলো কথা
- গোচৰ ৰুজু হোৱাৰ পিছতেই কেন্দ্রটোত উপস্থিত হৈছিল দিছপুৰ আৰক্ষী
- বৰ্ণালী বৈশ্য, নৱজিৎ মেধিৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us